অসমীয়া সাহিত্যিক সকলৰ ছদ্ম নাম :-
নাম :- ছদ্ম নাম :-
(১) বৈকুন্তনাথ ভাগৱত ভট্টাচাৰ্য্য ভট্টদেৱ
(২) নিধিৰাম ফাৰৱেল ন,ল,ফ
(৩)গুনাভিৰাম বৰুৱা গুৰুদত্ত
(৪) হেমচন্দ্ৰ বৰুৱা সোণাৰচাঁদ
(৫) কমলাকান্ত ভট্টাচাৰ্য অষ্টাবক্ৰ
(৬) লক্ষ্মীনাথ বেজবৰুৱা কৃপাবৰ বৰুৱা
(৭) ৰজনীকান্ত বৰদলৈ ভোলাই শৰ্মা
(৮) ডঃ বাণীকান্ত কাকতি ভৱানন্দ পাঠক
(৯) ডঃ সূৰ্য কুমাৰ ভূঞা ভানুনন্দ
(১০) সত্যনাথ বৰা এজন অসমীয়া
(১১) ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা বীণা বৰুৱা / ৰাস্না বৰুৱা
(১২) চৈয়দ আব্দুল মালিক স্বামী অভঙানন্দ
(১৩) মুনিন বৰকটকী অনিৰুদ্ধ কটকী
(১৪) অতুলচন্দ্ৰ হাজৰিকা চিত্ৰ দাস/ অসম
(১৫) ডঃ নগেন দত্ত এণ্ডিখুড়া
(১৬) নৱকান্ত বৰুৱা এখুদ ককাইদেউ
(১৭)ভূৱনমোহন বৰুৱা কাঞ্চন বৰুৱা
(১৮) মহেশ চন্দ্ৰ দেৱগোস্বামী কুমাৰ শ্ৰীমধুসূদন
(১৯) কিশোৰীমোহন শৰ্মা কুমাৰ কিশোৰ
(২০) কীৰ্তিনাথ হাজৰিকা দদাই
(২১) ৰত্নকান্ত বৰকাকতি নতুন কৃপাবৰ
(২২) নিৰ্মলপ্ৰভা বৰদলৈ নীলা বাইদেউ
(২৩) ইন্দিৰা গোস্বামী মামণি ৰয়ছম গোস্বামী
(২৪) ৰবিন দে ৰংমন
(২৫) ৰত্নেশ্বৰ মহন্ত ৰামদাস গোস্বামী
(২৬) শৰতচন্দৰ গোস্বামী ৰূপচন্দ্ৰ ভাগৱতী
(২৭) পাৰ্বতীপ্ৰসাদ বৰুৱা হয়ভৰ অভয়পুৰী
(২৮) ৰেৱতীমোহন দত্তচৌধুৰী শীলভদ্ৰ
(২৯) ভবেন্দ্ৰনাথ শইকীয়া সত্যপ্ৰিয় পাঠক
(৩০) সুৰেন্দ্ৰনাথ মেধি সৌৰভ কুমাৰ চলিহা
(৩১) হীৰেন গোঁহাই নিৰঞ্জন ফুকন
(৩২) প্ৰমোদ কুমাৰ বৰদলৈ অঘৰী
(৩৩) লম্বোদৰ বৰা সদানন্দ
(৩৪) সীতানাথ ব্ৰহ্মচৌধুৰী তিলোত্তমা বৰুৱা
(৩৫) বেণুধৰ শৰ্মা বিহুপতি বৰা
(৩৬) কীৰ্তিনাথ শৰ্মা যশপতি শৰ্মা
(৩৭)দীনেশচন্দ্ৰ গোস্বামী চাৰু দত্ত
(৩৮) ভূপেন হাজৰিকা গন্ধৰ্ব
(৩৯) দেৱেশ্বৰ শৰ্মা দেশ
(৪০) উমাকান্ত শৰ্মা পশুপতি ভৰদ্ধাজ
(৪১) মহেন্দ্ৰনাথ ডেকাফুকন মনাই বৈৰাগী
(৪২) পবিত্ৰ কুমাৰ ডেকা ৰসেশ্বৰ হাজৰিকা / ধনঞ্জয়
(৪৩) কুমুদ হাজৰিকা ৰঞ্জু হাজৰিকা
(৪৪) হেমেন কুমাৰ শৰ্মা নীলিম কুমাৰ
নাম :- ছদ্ম নাম :-
(১) বৈকুন্তনাথ ভাগৱত ভট্টাচাৰ্য্য ভট্টদেৱ
(২) নিধিৰাম ফাৰৱেল ন,ল,ফ
(৩)গুনাভিৰাম বৰুৱা গুৰুদত্ত
(৪) হেমচন্দ্ৰ বৰুৱা সোণাৰচাঁদ
(৫) কমলাকান্ত ভট্টাচাৰ্য অষ্টাবক্ৰ
(৬) লক্ষ্মীনাথ বেজবৰুৱা কৃপাবৰ বৰুৱা
(৭) ৰজনীকান্ত বৰদলৈ ভোলাই শৰ্মা
(৮) ডঃ বাণীকান্ত কাকতি ভৱানন্দ পাঠক
(৯) ডঃ সূৰ্য কুমাৰ ভূঞা ভানুনন্দ
(১০) সত্যনাথ বৰা এজন অসমীয়া
(১১) ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা বীণা বৰুৱা / ৰাস্না বৰুৱা
(১২) চৈয়দ আব্দুল মালিক স্বামী অভঙানন্দ
(১৩) মুনিন বৰকটকী অনিৰুদ্ধ কটকী
(১৪) অতুলচন্দ্ৰ হাজৰিকা চিত্ৰ দাস/ অসম
(১৫) ডঃ নগেন দত্ত এণ্ডিখুড়া
(১৬) নৱকান্ত বৰুৱা এখুদ ককাইদেউ
(১৭)ভূৱনমোহন বৰুৱা কাঞ্চন বৰুৱা
(১৮) মহেশ চন্দ্ৰ দেৱগোস্বামী কুমাৰ শ্ৰীমধুসূদন
(১৯) কিশোৰীমোহন শৰ্মা কুমাৰ কিশোৰ
(২০) কীৰ্তিনাথ হাজৰিকা দদাই
(২১) ৰত্নকান্ত বৰকাকতি নতুন কৃপাবৰ
(২২) নিৰ্মলপ্ৰভা বৰদলৈ নীলা বাইদেউ
(২৩) ইন্দিৰা গোস্বামী মামণি ৰয়ছম গোস্বামী
(২৪) ৰবিন দে ৰংমন
(২৫) ৰত্নেশ্বৰ মহন্ত ৰামদাস গোস্বামী
(২৬) শৰতচন্দৰ গোস্বামী ৰূপচন্দ্ৰ ভাগৱতী
(২৭) পাৰ্বতীপ্ৰসাদ বৰুৱা হয়ভৰ অভয়পুৰী
(২৮) ৰেৱতীমোহন দত্তচৌধুৰী শীলভদ্ৰ
(২৯) ভবেন্দ্ৰনাথ শইকীয়া সত্যপ্ৰিয় পাঠক
(৩০) সুৰেন্দ্ৰনাথ মেধি সৌৰভ কুমাৰ চলিহা
(৩১) হীৰেন গোঁহাই নিৰঞ্জন ফুকন
(৩২) প্ৰমোদ কুমাৰ বৰদলৈ অঘৰী
(৩৩) লম্বোদৰ বৰা সদানন্দ
(৩৪) সীতানাথ ব্ৰহ্মচৌধুৰী তিলোত্তমা বৰুৱা
(৩৫) বেণুধৰ শৰ্মা বিহুপতি বৰা
(৩৬) কীৰ্তিনাথ শৰ্মা যশপতি শৰ্মা
(৩৭)দীনেশচন্দ্ৰ গোস্বামী চাৰু দত্ত
(৩৮) ভূপেন হাজৰিকা গন্ধৰ্ব
(৩৯) দেৱেশ্বৰ শৰ্মা দেশ
(৪০) উমাকান্ত শৰ্মা পশুপতি ভৰদ্ধাজ
(৪১) মহেন্দ্ৰনাথ ডেকাফুকন মনাই বৈৰাগী
(৪২) পবিত্ৰ কুমাৰ ডেকা ৰসেশ্বৰ হাজৰিকা / ধনঞ্জয়
(৪৩) কুমুদ হাজৰিকা ৰঞ্জু হাজৰিকা
(৪৪) হেমেন কুমাৰ শৰ্মা নীলিম কুমাৰ