বুৰঞ্জী সাহিত্যৰ নাম:-
১/ নাওবৈচা ফুকনৰ বুৰঞ্জী (1880-90) পদ্মেশ্বৰ নাওবৈচা ফুকন
২/ আসাম বুৰঞ্জী (1884) গুণাভিৰাম বৰুৱা
৩/ আসাম বুৰঞ্জী (1884) কে এন ফুকন
৪/অসম বুৰঞ্জী (1899) পদ্মনাথ গোহাঞি বৰুৱা
৫/হিষ্টৰী অৱ আসাম(1905) এডবাৰ্ড গেইট
৬/দৰং ৰাজবংশাৱলী (1917) হেমচন্দ্ৰ গোস্বামী
৭/আহোমৰ দিন (1928) হিতেশ্বৰ বৰবৰুৱা
৮/আসাম বুৰঞ্জী(1928) বাংলা হলিৰাম ঢেকিয়াল ফুকন
৯/আচাম বুৰঞ্জী (1930) হৰকান্ত বৰুৱা সদৰামিন
১০/ কামৰূপৰ বুৰঞ্জী(1930) ডঃসূৰ্যকুমাৰ ভূঞা (সম্পা:)
১১/দেওধাই অসম বুৰঞ্জী(1932) ডঃ সূৰ্যকুমাৰ ভূঞা (সম্পা:)
১২/অসমৰ পদ্য বুৰঞ্জী(1933) ডঃ সূৰ্যকুমাৰ ভূঞা (সম্পা)
১৩/আৰ্লি হিষ্টৰী অৱ কামৰূপ(1933) ডঃ কনকলাল বৰুৱা
১৪/বাদশাহ বুৰঞ্জী (1935) ডঃ সূৰ্যকুমাৰ ভূঞা (সম্পা:)
১৫/জয়ন্তীয়া বুৰঞ্জী(1937) ডঃসূৰ্যকুমাৰ ভূয়া (সম্পা:)
১৬/ত্ৰিপুৰা বুৰঞ্জী (1938) ডঃ সূৰ্যকুমাৰ ভূঞা (সম্পা:)
১৭/অসম বুৰঞ্জী(1938) শৰত কুমাৰ দত্ত
১৮/অসম বুৰঞ্জী(সুকুমাৰ মহন্ত)1945 ডঃ সূৰ্যকুমাৰ ভূঞা(সম্পা:)
১৯/আহোমৰ আদি বুৰঞ্জী 1946. পূৰ্ণকান্ত বুঢ়াগোহাঁই
২০/এ গ্লীম্পেজ অৱ আচাম 1946 . ইউ এম বৰুৱা
২১/কছাৰী বুৰঞ্জী 1951. ডঃসূৰ্যকুমাৰ ভূঞা (সম্পা:)
২২/চাংৰুং ফুকনৰ বুৰঞ্জী 1961. ভুবন চন্দ্ৰ সন্দিকৈ
২৩/বাৰেভূঞাৰ বুৰঞ্জী 1961. নকুল চন্দ্ৰ ভূঞা
২৪/ দৰং ৰাজবংশাৱলী 1973. নবীন চন্দ্ৰ শৰ্মা (সম্পা:)
২৫/বেলিমাৰ বুৰঞ্জী ডঃসূৰ্যকুমাৰ ভূঞা (সম্পা:়
২৬/কলি ভাৰত বুৰঞ্জী ডঃসূৰ্যকুমাৰ ভূঞা (সম্পা:)
২৭/নাওবৈচা ফুকনৰ বুৰঞ্জী লক্ষ্মীনাথ তামুলী
২৮/তুংখুঙীয়া বুৰঞ্জী ডঃ সূৰ্যকুমাৰ ভূঞা (সম্পা:)
২৯/অতনু বুঢ়াগোহাঁই এণ্ড হিজ চাইমছ ডঃসূৰ্যকুমাৰ ভূঞা (সম্পা:)
৩০/অসম বুৰঞ্জী গোলাপচন্দ্ৰ বৰুৱা
৩১/ইতিহাসে সোঁৱৰা ছশটা বছৰ সৰ্বানন্দ ৰাজকুমাৰ
৩২/এ কম্প্ৰেহেনচীভ হিষ্টৰী অৱ আসাম ডঃ স্বৰ্ণলতা বৰুৱা
৩৩/ এংলো আচামীজ ৰিলেশ্যনচ ডঃসূৰ্যকুমাৰ ভূঞা
৩৪/কম্প্ৰেহেনচীভ হিষ্টৰী অৱ আসাম হেৰম্বকান্ত বৰপূজাৰী
৩৫/মিডিয়াভেল হিষ্টৰী অৱ আসাম নগেন্দ্ৰনাথ আচাৰ্য
৩৬/বুৰঞ্জী বিবেক ৰত্ন মণিৰাম দেৱান
৩৭/ৰাজেশ্বৰ সিংহ ডঃ সূৰ্যকুমাৰ ভূঞা (সম্পা:)
৩৮/লাচিত বৰফুকন এণ্ড হিজ টাইমছ ডঃ সূৰ্যকুমাৰ ভূঞা(সম্পা:)